Wednesday, June 19, 2024

Bishnuprasad Rabha: The Renaissance Man of Assam

 Bishnuprasad Rabha: The Renaissance Man of Assam


(Brief Description : Bishnuprasad Rabha (1909-1969) was a multifaceted personality from Assam, India, known for his contributions as a revolutionary, poet, musician, dancer, actor, and playwright. He is often referred to as "Kalaguru" (Master of Arts) due to his significant impact on Assamese culture and society. 

    Rabha played a vital role in the Indian freedom struggle and was associated with the Indian National Congress and the Communist Party of India. He used his artistic talents to promote social reform and cultural revival in Assam. His literary works and music, imbued with patriotic and social themes, continue to inspire many.

    Some of his notable works include "Sonpahi" (a collection of his songs), "Rabha Sangeet" (songs composed by Rabha), and various plays and poems that reflect his deep commitment to social justice and cultural integrity.)

    Bishnuprasad Rabha, widely known as "Kalaguru" (Master of Arts), was born on January 31, 1909, in Dhaka, Bengal Presidency (now in Bangladesh). He emerged as a towering figure in Assam's cultural and political landscape, leaving an indelible mark through his multifaceted contributions as a revolutionary, poet, musician, dancer, actor, and playwright.

Early Life and Education

    Rabha's early life was marked by a strong academic inclination, leading him to pursue studies at the prestigious Visva-Bharati University in Santiniketan, founded by Rabindranath Tagore. Here, he was deeply influenced by Tagore's philosophy and the rich cultural environment, which shaped his artistic and intellectual pursuits.


Contribution to Indian Freedom Struggle

    As a passionate nationalist, Rabha joined the Indian freedom struggle, aligning himself with the Indian National Congress initially and later with the Communist Party of India. He was actively involved in revolutionary activities against British colonial rule, enduring imprisonment and hardship for his patriotic zeal.


Cultural and Artistic Legacy

Rabha's artistic genius found expression in various forms:

*Literature:* He was a prolific writer, penning poems, plays, and essays that reflect his revolutionary fervor and commitment to social justice. His notable works include "Sonpahi," a collection of songs, and numerous poems that articulate the struggles and aspirations of the Assamese people.

*Music:* Rabha was an accomplished musician, known for "Rabha Sangeet," a genre of songs that blend Assamese folk music with themes of patriotism, love, and social reform. His music remains popular and continues to be performed widely.

*Theater and Dance:* He was a pioneering figure in Assamese theater and dance, introducing innovative forms and techniques. His plays often highlighted social issues and were instrumental in cultural revival and awareness.

Social Reform and Activism

    Rabha was deeply committed to social reform, advocating for the rights of the marginalized and working tirelessly for the upliftment of tribal communities in Assam. His vision for a just society was reflected in his literary and artistic works, which often depicted the plight of the oppressed and called for equitable development.

Legacy and Influence

    Bishnuprasad Rabha's legacy is celebrated annually on June 20th as "Rabha Diwas" in Assam, commemorating his death anniversary. His contributions have been instrumental in shaping modern Assamese identity and culture. Rabha's life and work continue to inspire generations, symbolizing the harmonious blend of art and activism.

    In conclusion, Bishnuprasad Rabha stands as a quintessential figure in Assam's history, embodying the spirit of cultural renaissance and social change. His diverse contributions as a revolutionary, artist, and social reformer have left a lasting legacy, cementing his place as one of Assam's greatest luminaries.

Thursday, May 23, 2024

নীলাভ সৌৰভৰ কবিতা - শিৰোনামহীন

শিৰোনামহীন


- নীলাভ সৌৰভ ৷



সাতামপুৰুষীয়া আগ্নেয়গিৰি পুহি ৰাখিছোঁ

কেতিয়াবা মম জ্বলাওঁ তাৰে


তোমাৰ আঙুলিত বিজুলি পৰশৰ কথাটোও পুৰণি

শীতৰ হাতেৰে তাকে মুঠিত লৈ 

শুই থাকিবলৈ 

আদিতম স্বপ্ন বিলাসী হৈ পৰোঁ


জ্বলি থকা বুকুৰ অঙঠাত বুকু সেকোঁ অ' নিয়ৰ


ভিৰৰ মাজত অকলশৰীয়াৰ দৰে

অকলশৰেও আৰু বেছি অকলশৰীয়াৰদৰে

নুমাই সাৰে থকা প্ৰেমৰ দৰে

কুঁৱলীত নাও মেলা ময়েই প্ৰেমিক


যুদ্ধৰ ৰসায়নত আৰু কিবাকিবি যোগ দি চুবুৰীয়াৰ তেলত মাছ 

জুই একে কুৰা

ভঙাঘৰবোৰ আৰু মৃতকৰ চিৰাচিৰ দেহত জাগি উঠা বুঢ়া ঘোঁৰাটোৰ নাম প্ৰেম

তেনে প্ৰেমিক নহ'বলৈ জাউৰি জাউৰি সাৱধানবাণীৰ পাছতো

সেই জুইকুৰাই হাতকেৰেয়া


মই তোমাক ভালপাওঁ প্ৰেম


গলিত লেলিহান চুমাৰ তৰল বিয়পি নৈ

কি চিত্ৰকল্প ই নাজানো

তুমি লাভা বুলি ক'বা নেকি

নক'বা একেবাৰে মিল বিচাৰি নাপাওঁ

এনে উপমাত বৰফ হৈ যাওঁ


আঙুলিটোৱেই দায়ী সকলো যাদুৰ বাবে

গোটেই ৰাতি শুই থাকিও শুই থাকিবৰ মন আজীৱন


আৰু যে সাৰপাওঁ

ই কি চমৎকাৰ

সদায়


বিছনাই মোৰ দেশ আৰু সংবিধানহীন পলস মোৰ নিহালি

মোক লৈ যোৱা হওক অনাময়গৃহৰ সত্যমহলত

মই যাৰ কথা ক'ম সেয়া 

তুমি জগৰীয়া অ' ফুলকলি জুই


আমি যিমান দুৰত্বত থাকোঁ যেতিয়া নিলগে

মাজৰ ঠাইখিনি সোণহৰিণাৰ অৰণ্য

ঠেৰেঙা জীৱনৰ কেৱল ভালপোৱাৰ উপাদানত কুলি কেতেকী বহে

বেয়াপাওঁ বুলিলে নতুনকৈ মাজুলি খহে


কাউৰীৰ ডেউকাত জুই

জ্বলি নমৰিবা কাউৰী 

মই চিঞৰিছিলোঁ সাধুকথাত


জীয়াই থাকিবলৈ এই আগ্নেয়গিৰি পুতি পেলাব নোৱাৰি

তোমাক দি দিম হে বোৱতী কুমজেলেকুৱা

মৰি থাকিবলৈ লগা জুইকণ ধাৰে দিবা তোমাৰ বুকুৰ পৰা 


অ' বেলাড বৃষ্টি

অ' সোণ ৰ'দ

অ' মেঘ বিজুলী






Tuesday, May 21, 2024

কবিতা - বিষ : কবি - নীলাভ সৌৰভ

বিষ


নীলাভ সৌৰভ৷


(জীৱনসংগী নফিছাৰ হাতত)



বতাহ চলি আছে

গাড়ীৰ গতিয়ে ঠেলিয়াই থৈ যায় চোতাললৈ 

অথচ উশাহত তুলি ল'ব পৰা নাই


ফুলনি এখন উলমাই থকা তোমাক দেখিছোঁ

মোকলৈ সন্তুষ্ট হ'ব পৰা নাই


ঘোঁৰা দৌৰাই আপ্ৰাণ চেষ্টা কৰিছোঁ 

ভালপাই থাকিও তোমাক দেখুৱাব জনা নাই


ফোনত কৈছা যোগাৰ নাই 

বজাৰত দৰাই দৰাই একো কিনিব পৰা নাই


সন্মুখতেই কাপোৰ সলাইছা

সাৱটি ধৰিব পৰা নাই

বিছনাৰ এটা মূৰে তুমি সাৰে আছা

টোপনিৰ ভাও ধৰি মই শান্তিৰে শুব পৰা নাই


তোমাৰ কাষলৈ যাব পৰা নাই

মাজত হিমালয়

কোলাত মূৰটো থৈ শুই দিব পৰা নাই

গোটেই গানবোৰ শিলাময়

কথাৰ পাকঘূৰণিত মূৰটো একে ঠাইতে ৰৈ থকা নাই 


হুৱাটচ্এপত কাজিয়া কৰিছোঁ 

শান্তিত থাকিব পৰা নাই


শীত আহিছে

উমাল কাপোৰ কিনিব পৰা নাই

প'ষ্ট এটা দিলোঁ ফেচবুকত 

লাইক কমেন্টতত

আত্মিক স্পৰ্শৰ উমান পোৱা নাই


তুমি ভাবিবা ইমান টানতো 

কবিতা কেনেকৈ লিখি থাকিব পাৰিছোঁ 

বিশ্বাস কৰা কবিতাৰ বাদে একো আহি থকা নাই


৷৷দুই৷৷


লগ বন্ধুৰ লগত আড্ডা কৰি

চিগাৰেট এডাল ভালদৰে হুপিব পৰা নাই 

বতাহক দি দিছোঁ গিলিব নজনা ধোঁৱাবোৰ 

নিজেই উৰি যাওঁ কুণ্ডলি পকাই


আনন্দত এটা পেগ ঢালিব পৰা নাই

মদ এঢোক ল'লেও

মুখ বিকতাই ভেঙুচালি কৰিছোঁ নিজকে 


মৰা যোৱা ধন

দুনাই ঘুৰি অহা নাই 


ফোন কৰিলে মায়ে ভাল ব্যৱহাৰ পোৱা নাই

পিতায়ে বহুদিন মোৰ খবৰ সোধা নাই

ভাই ভনীৰ অজুহাত ভাঙিব পৰা নাই


আমিহে জানো আমাৰ ইমান দিগদাৰী

সময়েতো নাজানে

উৎসৱো আহি থাকে ওচৰৰ ঘৰৰ কেলেণ্ডাৰ চাই


অসুখত তোমাৰ পিতাই

অকলশৰীয়া তোমাৰ আই

মোৰ আই-পিতাইৰ চকু-চৰাই উৰি আছে নে

ইমান হুলস্থুলত খবৰ ল'বলৈ আহৰি পোৱা নাই


তোমাৰ কাজল আছেগৈ নে

বহুদিন তোমাৰ চকুলৈ চোৱা নাই


তুমি আচৰিত হ'বা নদীখন উঠি আহে সময়ে সময়ে 

মই তাত গা ধুব পৰা নাই


থিয় দি সমুখলৈ চাব পৰা নাই

ধাননীৰ পৰা চৰাই খেদিব পৰা নাই


আচলতে কি জানা, অলপদিন ধৰি

জীয়াই থাকিব পৰা নাই৷৷

প্ৰকাশ জানুৱাৰী ২০২০
প্ৰকাশ জানুৱাৰী ২০২০


কবিতা - বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে : কবি - নীলাভ সৌৰভ

 বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে

নীলাভ সৌৰভ৷

বনকৰা ছোৱালীৰ দহখন হাত থাকিব লাগে
থাকিব লাগে কম বয়সতে ভালেমান জ্ঞান
বনকৰা ছোৱালীৰ এখন বহল পিঠি থাকিব লাগে
থাকিব লাগে এহাল দৰিদ্ৰ অভিভাৱক
দুখন প্ৰকাণ্ড কাণ থাকিব লাগে
থাকিব লাগে শুকান অশ্ৰু
বনকৰা ছোৱালীৰ হাবিয়াস নাথাকিলে ভাল

বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে
মালিক মানুহবোৰ ভালেই
বনকৰা ছোৱালীৰ যৌৱনটোহে কাল

বনকৰা ছোৱালীৰ কোঠা এটা নাথাকে
থাকে যৌৱন দেখাকৈ এখন আঠুৱা
আন্ধাৰ কোনোবা এটা কোণত লুকুৱাই ৰাখিবলৈ
বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে

বয়সতকৈ আগেয়ে বাঢ়ি অহা বুকুখন
কমবয়সতে পেটলৈ নামি অহা বুকুৰ ধন
অনিচ্ছাত মেলখোৱা ভৰিদুখন ঢাকি ৰাখিবলৈ
বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে

গৰ্ভ মানে কি নজনাৰ আগতেই গৰ্ভপাত কৰোৱা
ঘৰলৈ মনত পৰিলেও ভয়তে পেপুৱা লগা
জীৱন মানে কি নুবুজি মালিককে ঈশ্বৰ বোলা
বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে

মলিন বুকুত
তেল-চিকটি স্তনত যে বুৰ যাব মালিক
আন্ধাৰ খুপি খুপি যে সোমাই পৰিব ফেৰেঙনিত
তাই কি জানে

এনেকৈ নজনা কথাবোৰ যাৰ অপৰাধ
কেৱল বয়সটোহে যাৰ কাল
মালিকজন ভালেই, চাকৰিটোও ভাল
মালিকৰ মতে চলিলে কিহলৈ আকাল
মালিকনীৰ অলেখ জঞ্জাল
গতিকে বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে

বনকৰা ছোৱালীৰ বিষ-কোব নাথাকে
আইন আদালত নাথাকে
থাকে কেৱল মাহিলী ধন তুলিব পৰা মাক বাপেক
মাহৰ মূৰত মাক বাপেকৰ হাঁহি মহৌষধ যাৰ
সেই ছোৱালীজনীৰ যৌৱন থাকিব নালাগে

যৌৱন তাইৰ নচচা শূল
জীৱন অস্পৃশ্য কুল
সহনশীলতা সুখ নহয় যাৰ
অসহন মানেই শাস্তি অথবা বদনামৰ আধাৰ
যাৰ ভুলত বনকৰা ছোৱালীৰ পেটলৈ ভাৰ
সেই ভাৰ সহিও মালিকজন ভাল
তাইৰ যৌৱনটোহে কাল
তেনে বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে
থাকিব নালাগে গৰ্ভাশয়

বনকৰা ছোৱালীৰ
ডিঙি চেপা সহি মৰি যাব পৰাকৈ সাহস
গাত জুই লাগিলেও সহন কৰিব পৰাকৈ মৌনতা থাকিব লাগে
কেৱল আৰু কেৱল বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে

কবিতা - অসামাজিক : কবি - নীলাভ সৌরভ

 অসামাজিক

মূল অসমিয়া : নীলাভ সৌরভ
বাংলা অনুবাদ : সত্যজিৎ চৌধুরী

চা এক পেয়ালা হবে নাকি?
চিনি কম করে দিও
আজ পর্যন্ত আমি অগুনতি মানুষের জন্য
চিনি ছাড়া চা বানিয়েছি,
তোমাদেরটাও কম চিনিতে বানিয়ে দিচ্ছি, দাঁড়াও!
চিনি ছাড়া চা পরম্পরা বিরোধী
যেমন ঘরে আসা অতিথিদের মিষ্টিমুখ না করানো
সবুজ চা দিবে
ভালোবাসবে
এভাবেই চায়ের থেকে চিনির ব্যবহার একদিন ওঠে যাবে
একটি ডায়াবেটিস সমাজ হবে
আঁখ চাষ করা কৃষকদের কোনো অভিযোগ গ্রাহ্য করা হবে না
কথাখানা ঠিকই বলেছ
মানুষেরা বড্ড প্রাকটিক্যাল হয়েছে
জীবনবিহীন প্রেম
প্রেমবিহীন জীবন
বিবাহবিহীন সঙ্গী
চিনিবিহীন চা
তাই রুগ্নসমাজ স্বাস্থ্যকে নিয়ে সজাগ হয়েছে,
দেখবে, নীরোগ ব্যক্তিরা বহিঃস্কৃত হবে হয়তো
এই সমাজ থেকে
লক্ষ্যবিহীন পদক্ষেপ - প্রভাতের প্রারম্ভে
ফলবিহীন পরিশ্রম - কাজের বাইরে সকাল-সন্ধ্যা দুইঘন্টা
কোদাল না চালিয়ে সব্জির আশা
হাল না মেরে ভাতের আশা
গাছ না লাগিয়ে ফলের আশা
খেলাধুলা না করে প্রতিযোগিতায় নামা
ভালমন্দ খাওয়া ছেড়ে দীর্ঘজীবনের আশা
অদ্ভুত এক সমাজের নাগরিক হতে চলেছি আমরা,
নয় কি?
এই তুমি প্রয়োজনের থেকে বেশী চিন্তা করছ
চিন্তা করা কমিয়ে দাও
শুনো,
জীবনে তোমার ভাগে যতটা মিষ্টি ছিল
তা তুমি আধবয়সেই শেষ করলে
এখন শেষের অংশটুকুতে শুধুই তিক্ততা
অনেকেই মিষ্টি খেতে পায়নি
ডায়াবেটিসও হয়নি
না হয়ে কোথায় যাবে?
ব্যাংকের লকারে সাজিয়ে রাখা ধনরাশি কার?
ও হে, এইগুলোও কম চিন্তার বিষয় নয়
বঞ্চনা! বুঝলে বঞ্চনা এইসব
রাখতো এবার,
গান শুনবেতো বলো
ভলিউমটা কমিয়ে দাও।

কবিতা - পিতৃত্ব : কবি - নীলাভ সৌরভ

 পিতৃত্ব

মূল অসমিয়া : নীলাভ সৌরভ
বাংলা অনুবাদ : সত্যজিৎ চৌধুরী


এই যে কেকটি দেখছো - হ্যাঁ
ভালো লাগছে - হ্যাঁ
কিনে দেবে - কোনটি ?
ওই তো! দেখতে পাও না তুমি - না মা! ওগুলো
খারাপ জিনিস।
খেতে নেই।
ঠিক আছে
বাবা, ওই খেলনাটা দেখেছো - হ্যাঁ
ওটা কিনে দেবে নাকি? - ওগুলো খারাপ জিনিস।
নিতে নেই।
ঠিক আছে
ও, বাবা! ক্ষুধা লেগেছে - ঘরে চলো। ভাত খাবে।
এখানে তো অনেক - এইগুলো সব খারাপ
খাবার পাওয়া যায় জিনিস।তখন থেকেই
তো বলছি।
বাবা, একটি কথা বলি - বলো
মানুষেরা খুব খারাপ - না, মা! মানুষেরা কখনো
তাই না? খারাপ নয়। মানুষ সর্বদা
ভালো।
তা'হলে খারাপ জিনিসগুলি - চুপ করে থাকবি
ওরা কেন বিক্রি করে? কি না! না হ'লে
তোকে আর বেড়াতে
নিয়ে আসব না!

কবিতা - এমন মনে হয় : কবি - নীলাভ সৌরভ

এমন মনে হয়

মূল অসমিয়া : নীলাভ সৌরভ
বাংলা অনুবাদ : সত্যজিৎ চৌধুরী
এমন মনে হয়
একটি গামছাই বাঁচিয়ে দেবে একটি জাতিকে
বাকী ভুল শাসনের,
ভাল শোষণের ফল যাই হোক না কেন,
প্রয়োজনে গামছায় ফাঁস দিয়ে মরে যাক শ্রমিক।
এমন মনে হয়
এক একটি প্রকল্পে বেঁচে থাকবে বেকারের স্বার্থ
পনেরোশ টাকায় বিভ্রান্ত হয়ে থাকবে কিছু
সাধারণ বি.এ পাশ যুবক
কিছু চোলাই মদ ,অল্প কিছু নিষিদ্ধ ড্রাগস্....
এমন মনে হয়
একটি পতাকা বাঁচিয়ে দেবে একটি দেশ
একটি ধর্ম শাসন করবে বিশ্ব
এমন মনে হয় সীমান্তের একটি দেশই কালো
তারচেয়ে কপালে টিকা নেওয়া ধর্ষণকারীও ভালো
এমন মনে হচ্ছে বিক্রি হয়ে যাওয়া সাংবাদিক মহান
এমন মনে হচ্ছে আদর্শবান বুদ্ধিজীবীরাই বেইমান।
এমন মনে হয় নারীর পোশাকই সমাজের সম্মান
এমন মনে হয় মেয়েদের স্কুটিতে হবে লিঙ্গবৈষম্যর
সমাধান
এমন মনে হয় পরকীয়া প্রেমই দেশের বার্তা
এমন মনে হয় নদীবাঁধই ধান বন্যা ও অসার শস্যদানা
কেন এমন মনে হয়
শিক্ষার মান কমছে!
কম মেধার বেশী মান
বেশী মেধার কম সম্মান
এমন লাগছে মানুষ অন্ধকারে যা পাবে
সেটাই হবে সন্তুষ্টির আলো
এমন হয়েছে
দু'কলি গান গেয়ে
দু'খানা পুস্তক লিখে
রাজা-মন্ত্রীর গায়ে গা লাগিয়ে
মানপত্র একটি পেলেই
তিনি হয়ে পড়েন জাতির অভিভাবক
এমন হয়েছে তারা বললেই
খারাপ সিনেমাও ভালো
ভাল মানুষও খারাপ
খারাপ বইও ভাল
ভাল বইও খারাপ
এমন মনে হয় জিনিসপত্রের দাম বৃদ্ধি হওয়া ভালো
দেশের দুর্ভিক্ষ ভালো
পুঁজিপতির ঠকানো ভালো
জনপ্রতি কম আয়ও ভালো
এমন মনে হয়
প্রশাসনের লাঠি এবং বন্দুকই আমার ত্রাণকর্তা
স্বাধীনতা
কখনও সংঘের মতামতেই চলে আইনশৃঙ্খলা
এমন মনে হয় পুরোনো দিনগুলোই ছিল বোঝা
এমন মনে হয় নতুন স্বেচ্ছাচারিতায় মুক্তি খোঁজা।

Bishnuprasad Rabha: The Renaissance Man of Assam

 Bishnuprasad Rabha: The Renaissance Man of Assam ( Brief Description : Bishnuprasad Rabha (1909-1969) was a multifaceted personality from ...